চলিত বর্ষত বিশ্বত নিহত ৪৯ গৰাকী সাংবাদিক
নিউজডেস্ক, ১৮ ডিচেম্বৰঃ চলিত বর্ষটোত বিশ্বজুৰি হত্যা কৰা হৈছে ৪৯গৰাকী সাংবাদিকক ৷
ৰিপ’টার্ছ উইডাউট ব’ডার্ছৰ তৰফৰ পৰা যুগুতোৱা প্রতিবেদনত সদৰী হৈছে এই তথ্য ৷ লক্ষণীয়ভাৱে ১৬ বছৰৰ ভিতৰত প্রথমবাৰলৈ কোনো এটা বর্ষত কমসংখ্যক সাংবাদিক আক্রমণত নিহত…