শ্বিলং ভ্রমণ বাতিল অমিত শ্বাহৰ
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ কেবক লৈ উত্তৰ–পূর্বাঞ্চলৰ অসম আৰু মেঘালয় উত্তপ্ত হৈ থকাৰ পৰিপ্রেক্ষিততে শ্বিলং ভ্রমণ বাতিল কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৷
অহা দেওবাৰে উত্তৰ–পূব আৰক্ষী একাডেমী পৰিভ্রমণৰ কার্যসূচী কেন্দ্রীয়…