ফ’ৰ্বছৰ ১০০ প্রভাৱশালী মহিলাঃ স্থান পালে বিত্তমন্ত্রী নির্মলা সীতাৰমনে
নিয়মীয়া বাৰ্তা,১৪ ডিচেম্বৰঃ ফ’ৰ্বছ আলোচনীৰ ২০১৯ চনৰ বিশ্বৰ এশগৰাকী প্রভাৱশালী মহিলাৰ তালিকাত প্রথমবাৰৰ বাবে স্থান লাভ কৰিছে ভাৰতৰ বিত্তমন্ত্রী নির্মলা সীতাৰমনে ৷ এই তালিকাত প্রথমবাৰৰ বাবে স্থান লাভ কৰা আন দুগৰাকী ভাৰতীয় মহিলা হ’ল এইচ চি এল…