গুৱাহাটীৰ ৰাজপথত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’লে ড০ শর্মাই
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ যোৱা ১১ আৰু ১২ ডিচেম্বৰত গুৱাহাটীত হোৱা গণ বিদ্রোহৰ সময়ছোৱাত প্রতিবাদী কার্যসূচীত অংশ লোৱাৰ ছলেৰে একাংশই মহানগৰীৰ ৰাজপথৰ ডিভাইডাৰ আৰু পদপথত লগোৱা গ্রীল, ট্রেফিক পইণ্টকে ধৰি বিভিন্ন আন্তঃগাঁথনিৰ ক্ষতি কৰে ৷…