মহানগৰীৰ গণেশগুৰি–চানমাৰিত এছবিআইৰ ভ্রাম্যমাণ এটিএম সেৱা
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন–২০১৯ বিৰোধী প্রতিবাদত বিগত চাৰি দিন ধৰি মহানগৰীৰ জনজীৱন ব্যাহত হৈ পৰাত শনিবাৰৰ পৰা কামৰূপ (ম) জিলা আৰক্ষী প্রশাসনে দিনৰ ভাগত সান্ধ্য আইন শিথিল কৰিছে ৷
যাৰ বাবে পুৱাৰে পৰা মহানগৰীৰ প্রায়বোৰ…