মৰুভূমিকৰণৰ চাৰিটা সত্য-
প্রতিবছৰে এক লাখ বিশ হাজাৰ বর্গ কিলোমিটাৰ অঞ্চল মৰুভূমিকৰণৰ দিশে গতি কৰে৷ ৰাষ্ট্রসংঘৰ মতে মৰুভূমিকৰণ জৈৱ বৈচিত্র্যৰ বাবে আটাইতকৈ ডাঙৰ প্রত্যাহ্বান ৷
নীৰৱ ঘাতক ৰূপে পৰিচিত মৰুভূমিকৰণ৷ প্রতিবছৰে নিউ মেক্সিকো অথবা প’লেণ্ডৰ সমপর্যায়ৰ…