নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশে নিজেই ঘূৰাই ল’ব অবৈধ বিদেশীকঃ আব্দুল মোমেন

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চল উত্তাল কৰি ৰখা নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰতিবাদ দেশ-বিদেশৰ ভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হোৱাৰ সময়তে অবৈধ বিদেশীৰ প্ৰসংগত মন্তব্য কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে ।…

“অসম চুক্তি ভালদৰে পঢ়ি চাওক অতুল বৰাই”-প্রফুল্ল কুমাৰ মহন্ত

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ ক লৈ ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপৰ মজিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে বিভেদ । দেওবাৰে সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই এখন সংবাদ মেলযোগে ‘কা’ সন্দর্ভত অগপৰ স্থিতি সন্দর্ভত…

অখিল–তিনি সতীর্থৰ বিৰুদ্ধে ‘নিয়া’ৰ গোচৰ ৰুজু; দীঘলীয়া হ’ব বন্দিত্ব

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল আৰু কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ বিৰুদ্ধে মাওবাদী সংগঠনৰ লগত জড়িত থকাৰ অভিযোগ তুলি গোচৰ…

উত্তৰ-পূব ভ্ৰমণ কৰিবলৈ অমিত শ্বাহক প্ৰত্যাহ্বান ছোনিয়া গান্ধীৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ‘কা’বিৰোধী আন্দোলনত দেশৰ প্রান্তে প্রান্তে সংঘটিত হিংসাত্মক ঘটনাৰ লগতে প্রতিবাদৰ জোৱাৰ তীব্রতৰ হৈ উঠাত চৰকাৰৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰি কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে এক বিবৃতি প্রকাশ…

ইণ্ডিয়া গেটত প্রিয়ংকা গান্ধীৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ সদনত কেবৰ বিৰোধিতা কৰা বিৰোধী কংগ্রেছসহ দলসমূহে এতিয়া ‘কা’ৰ বিৰুদ্ধে ৰাজপথত প্রতিবাদত নামি পৰিছে ৷ সোমবাৰে নতুন দিল্লীৰ ইণ্ডিয়া গেটত ‘কা’ৰ বিৰুদ্ধে প্রতিবাদ অংশ ল’লে কংগ্রেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী…

আজিৰে পৰা সান্ধ্য আইন সম্পূর্ণৰূপে প্রত্যাহাৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ মঙলবাৰৰ পৰা সমগ্র ৰাজ্যত সান্ধ্য আইন সম্পূর্ণৰূপে প্রত্যাহাৰ কৰা হ’ব ৷ দিনৰ ভাগৰ লগতে নিশাৰ ভাগতো আজিৰে পৰা সান্ধ্য আইন প্রযোজ্য নহয় ৷ আনহাতে, কাইলৈৰ পৰাই ব্রডবেণ্ড ইণ্টাৰনেট সেৱাও পুনৰ আৰম্ভ কৰা হ’ব ৷ সোমবাৰে…

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেল শীঘ্ৰেই আৰম্ভ হ'ব ইণ্টাৰনেট সেৱা মহানগৰীৰ ধ্বংস কাৰ্যৰ মেৰামতি শীঘ্ৰেই আৰম্ভ হ'ব অপ্ৰীতিকৰ কাৰ্যৰ অভিযোগত ১৯০জনক গ্ৰেপ্তাৰ ইতিমধ্যে ৰুজু কৰা…

ইণ্টাৰনেট সেৱা বন্ধ প্রত্যাহাৰ নকৰিলে আন্দোলনৰ হুংকাৰ গুৱাহাটী কেব চালক সন্থাৰ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীকে ধৰি সমগ্র ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন–২০১৯ চমুকৈ ‘কা’বিৰোধী আন্দোলনৰ জুই জ্বলি থকাৰ সময়তে এইবাৰ গুৱাহাটীৰ ৰাজপথত তীব্র আন্দোলন গঢ়ি তোলাৰ লগতে একেলগে ১৫ হাজাৰ বাহন জ্বলাই দিয়াৰ হুংকাৰ দিছে…

অভিনেত্রী, নৃত্য পটীয়সী লীমা দাসৰ সৈতে অন্তৰংগ আলাপ

আমিষ’ আপোনাৰ প্রথম চিনেমা, প্রথম চিনেমাখনেৰে আপুনি কলাৰসিক, চিত্র সমালোচকৰ যথেষ্ট প্রশংসা লাভ কৰিছে৷ ব্যতিক্রমী চিনেমাখনত অভিনয়ৰ সুযোগ কেনেকৈ পালে? - এখন চিনেমাত অভিনয় কৰাৰ ইচ্ছা সৰুৰে পৰা মনত পুহি ৰাখিছিলোঁ৷ সৰুতে যথেষ্ট পৰিমাণে হিন্দী…