উচ্চ ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ অনাশিক্ষকৰ
নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ৰাজ্যৰ ৩০৬ খন অপ্রাদেশীকৃত মাধ্যমিক শিক্ষানুষ্ঠানৰ ১০২৮ গৰাকী অনাশিক্ষক–কর্মচাৰী পদ প্রাদেশিকীকৰণৰ দাবী উত্থাপন কৰিছে সদৌ অসম প্রাদেশিকীকৰণ যোগ্য অনা শিক্ষক–কর্মচাৰী সন্থাই ৷ মঙলবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন…