মাৰ্চত ক্ৰিকেটলৈ উভতিব ধোনী
নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ বিগত বিশ্বকাপতে অন্তিমবাৰৰ বাবে খেলপথাৰত নমা টীম ইণ্ডিয়াৰ তাৰকা মহেন্দ্ৰ সিং ধোনীয়ে অহা বৰ্ষৰ মাৰ্চত ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাব । বাংলাদেশ ক্ৰিকেট ব'ৰ্ডে অৱশিষ্ট বিশ্ব একাদশ আৰু এছিয়া একাদশৰ মাজত আয়োজন কৰা দুখন…