ৰান্ধনীৰ ৰন্ধন গেছত চকু মাইক্র’ফাইনেঞ্চৰঃ কিস্তিৰ ধন নাপাই নিলে চিলিণ্ডাৰ
নিয়মীয়া বার্তা, ২৬ নৱেম্বৰঃ চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মাইক্র’ফাইনেঞ্চ কোম্পানীৰ দৌৰাত্ম্য অব্যাহত আছে ৷ গাঁৱৰ মহিলাক স্বাৱলম্বী কৰাৰ নামত অত্যধিক সুদত জধেমধে ঋণ দিয়াৰ ফলত সর্বস্বান্ত হৈছে গাঁৱৰ মহিলাসকল ৷ কিস্তি সময় মতে দিব নোৱাৰাৰ বাবে…