নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবক লৈ সূক্ষ্ম নিৰীক্ষণ কৰি আছে ৰাষ্ট্রসংঘই

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ উত্তৰ–পূর্বাঞ্চলৰ অসমকে ধৰি দেশৰ ভিন্ন প্রান্তত কেবক লৈ প্রতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে এই কেবক লৈ সূক্ষ্ম নিৰীক্ষণ কৰি থকা বুলি মন্তব্য কৰিছে ৰাষ্ট্রসংঘৰ সচিবপ্রধানৰ উপ–মুখপাত্র ফাৰহান হকে ৷ এক বিবৃতিত…

আন্তঃৰাষ্ট্রীয় প্রতিক্রিয়া

নাগৰিকত্ব সংশোধনী বিধেয়ক–২০১৯ ক লৈ অসমৰ সাম্প্রতিক পৰিস্থিতিয়ে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ লগতে আন্তঃৰাষ্ট্রীয় মিডিয়াতো গুৰুত্ব লাভ কৰিছে৷ কেন্দ্রৰ এনডিএ চৰকাৰে ভাৰতৰ ধর্মনিৰপেক্ষতাৰ চৰিত্র অলপো সলনি হোৱা নাই বুলি দাবী কৰিলেও শেহতীয়া কেতবোৰ…

‘কেব’ৰ বিৰুদ্ধে আইনী যুঁজ চলাব সাহিত্য সভাই

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ সমগ্র ৰাজ্য উত্তাল কৰি ৰখা ‘কেব’ৰ বিৰুদ্ধে আইনী যুঁজ চলোৱাৰ কথা ঘোষণা কৰিছে অসম সাহিত্য সভায়ো ৷ ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত কেন্দ্রই ‘কেব’ জাপি দিয়াটো অসমৰ বাবে দুর্ভাগ্য বুলি উল্লেখ কৰি সাহিত্য সভাৰ সভাপতি ড০…

মহানগৰীত ৭ ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ ক্ৰমাৎ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে মহানগৰী গুৱাহাটীলৈ । যাৰ বাবে শনিবাৰে পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ৭ ঘণ্টাৰ বাবে শিথিল কৰা হৈছে সান্ধ্য আইন । যদিহে এনেদৰেই পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হয় তেন্তে…

শ্বিলং ভ্রমণ বাতিল অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ কেবক লৈ উত্তৰ–পূর্বাঞ্চলৰ অসম আৰু মেঘালয় উত্তপ্ত হৈ থকাৰ পৰিপ্রেক্ষিততে শ্বিলং ভ্রমণ বাতিল কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৷ অহা দেওবাৰে উত্তৰ–পূব আৰক্ষী একাডেমী পৰিভ্রমণৰ কার্যসূচী কেন্দ্রীয়…

গুৱাহাটীত মোদী-আবেৰ সন্মিলন বাতিল

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী মোদী- জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ' আবেৰ গুৱাহাটী সন্মিলন বাতিল কৰা হৈছে ৷ ৰাজধানী মহানগৰী গুৱাহাটীত ‘কেব’বিৰোধী আন্দোলন তীব্রতৰ হৈ উঠাত অহা ১৫–১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সন্মিলনখন বাতিল কৰা…

টি–২০ ৰেংকিঙৰ শীর্ষত ১০ত স্থান লাভ বিৰাটৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ আই চি চি টি–২০ ৰেংকিঙৰ বেটছমেন শাখাৰ শীর্ষ ১০ত স্থান লাভ কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ৷ ৱেষ্ট ইণ্ডিজৰ বিপক্ষে সদ্য সমাপ্ত তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোত মুঠ ১৮৩ ৰান কৰি ৰেংকিঙত পাঁচটাকৈ স্থান আগুৱায়…

অশান্ত অসমঃ ৰঞ্জি মেচ বাতিল

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ কেবক লৈ বিগত দিন ধৰি কেইবাটাও সংগঠনৰ প্রতিবাদত অস্থিৰ হৈ পৰিছে সমগ্র ৰাজ্যৰ লগতে ৰাজধানী চহৰখনো ৷ যাৰ ফলত প্রশাসনে সান্ধ্য আইন জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্রতিবাদকাৰীসকলৰ্ উত্তাল প্রতিবাদৰ লগতে…

বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী কংগ্রেছ-এআইইউডিএফৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী কৰিছে কংগ্রেছ দলে ৷ কংগ্রেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্রত শইকীয়াই বৃহস্পতিবাৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীক সাক্ষাৎ কৰি বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী…

অসমবাসীক শান্তি–সম্প্রীতি অক্ষুণ্ণ ৰখাৰ আহ্বান মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ অসমবাসীক শান্তি–সম্প্রীতি অক্ষুণ্ণ ৰাখি গুৰুজনাই প্রতিষ্ঠা কৰা সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক পৰম্পৰা তথা মূল্যবোধ জীয়াই ৰখাৰ আহ্বান জনাইছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৷ বৃহস্পতিবাৰে এক গোহাৰিত…