নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলজিবি আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত চাকৰি

তেজপুৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠানত খালী হৈছে কেইবাটাও পদ৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা আবেদন আহ্বান কৰি স্বাস্থ্য প্রতিষ্ঠানটোৰ সঞ্চালকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য…

ক্ৰীড়া প্ৰাধিকৰণত ১৩০ পদৰ বিজ্ঞাপন

ভাৰত চৰকাৰৰ যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় ক্রীড়া প্রাধিকৰণত আৱশ্যক হৈছে ইয়ং প্রফেচনেলৰ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রাধিকৰণৰ সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি ১৩০ সংখ্যক…

ডিফু চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী ড০শৰ্মাৰ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ সমগ্র ৰাজ্যতে কেন্দ্রীয় চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছতে উত্তাল প্রতিবাদৰ মাজতে মঙলবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ডিফু মেডিকেল কলেজ পৰিদর্শন কৰে৷ উল্লেখ্য যে মঙলবাৰে দুপৰীয়া…

দেহৰক্ষীক বগৰাই বগৰাই প্ৰহাৰ আলমৰ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ কর্মকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সামান্য কথাতে বিধায়ক আলমে ভাতৃৰ সৈতে বগৰাই বগৰাই দেহৰক্ষীক প্রহাৰ কৰে৷ প্রাপ্ত তথ্য মতে কালি সন্ধিয়া প্রায় ৮ বজাত দেহৰক্ষী লোকনাথ…

গুৱাহাটী ষ্টেচন-বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ বিলৈ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জুয়ে সমগ্র ৰাজ্য দগ্ধ কৰাৰ সময়তে মঙলবাৰে উত্তৰ–পূর্বাঞ্চল ছাত্র সংগঠন (নেছ’)এ আহ্বান জনোৱা বন্ধত ৰাইজৰ স্বতঃস্ফূর্ত সঁহাৰি পৰিলক্ষিত হয়৷ গুৱাহাটী মহানগৰীত মঙলবাৰে সর্বাত্মক বন্ধৰ প্রভাৱ…

ৰাজ্যজুৰি প্ৰতিবাদঃ আৰক্ষীৰ লাঠীচালনা, গুলীবৰ্ষণ

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ । সোমবাৰে লোকসভাত এই বিধেয়ক গৃহীত হোৱাৰ পাচতে এতিয়া উত্তপ্ত হৈ পৰিছে অসম । সমান্তৰালকৈ গুৱাহাটীত প্ৰতিবাদ অব্যাহত ৰাখিছে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ…

শৃংখলা দখলত ধ্যান দিয়াৰ প্ৰয়োজনঃ ৰোহিত

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ আগন্তুক টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য নাৰাখি ৱেষ্ট ইণ্ডিজৰে চলি থকা টি–২০ শৃংখলাটো দখলৰ ক্ষেত্রত ধ্যান দিয়াৰ প্রয়োজন৷ এই মন্তব্য টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ৷ চলিত টি–২০ শৃংখলাটোৰ প্রথম দুখন মেচত বিশেষ…

ৱাংখেড়েত আজি নির্ণায়ক টি–২০

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ অন্তিম তথা নির্ণায়ক মেচখন আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটোত ১–১ত সমতা স্থাপন হৈ থকাত কাইলৈৰ এই মেচখন বিশেষ…

বঙাইগাঁও পলিটেকনিকত পৰীক্ষা বৰ্জন শিক্ষাৰ্থীৰ

বঙাইগাঁও পলিটেকনিকত পৰীক্ষা বৰ্জন শিক্ষাৰ্থীৰ কেব বিৰোধী প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন পৰীক্ষা স্থগিত কেবৰ বিৰুদ্ধে USTM টো প্ৰতিবাদ ন মাইলৰ পৰা লাষ্টগেটলৈকে প্ৰতিবাদী সমদল ছাত্ৰ-ছাত্ৰীৰ তাল-খোল বজাই প্ৰতিবাদ শিক্ষাৰ্থীৰ

ৰাজ্যসভাত স্থিতি সলনিৰ ইংগিত শিৱসেনাৰ

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ক সমর্থন জনোৱা শিৱসেনাই ৰাজ্যসভাত স্থিতি সলনি কৰিব পাৰে ৷ নতুন মিত্রজোঁট ‘মহাৰাষ্ট্র বিকাশ আঘাড়ী’ৰ সহযোগী দল কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে কেবৰ সমর্থকক কঠোৰ…