ৰাজ্যত সেনাৰ ৫ টা কোম্পানী মোতায়েন
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ কেবক কেন্দ্র কৰি সৃষ্টি হোৱা ৰাজ্যখনৰ অগ্ণিগর্ভ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে সেনাবাহিনীৰ ৫টা কোম্পানী নিয়োজিত কৰা হৈছে ৷
সংবাদ প্রতিষ্ঠান পি টি আইক সামৰিক বাহিনীৰ লেফটেনেণ্ট কর্নেল পি খংবাইয়ে জনোৱা মতে, ইয়াৰে…