নিপন গোস্বামীলৈ জীৱনজোৰা সাধনা বঁটা
নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ বলীউডৰ বলিষ্ঠ অভিনেতা আমোল পালেকাৰৰ অনবদ্য একক অভিনয়সমৃদ্ধ কুছুৰ দ্য মিছটেকেৰে সামৰণি পৰিল চতুর্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল ৷ উল্লেখ্য যে প্রতিবছৰৰ দৰে এইবছৰো গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলে সামৰণিৰ দিনা আগবঢ়ায়…