2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদত ‘কেব’ৰ বিৰোধিতা বিৰোধীৰ : কোন কোন সাংসদৰ বিৰোধিতা ?

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ সোমবাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পাচতেই সদনৰ মজিয়াত উত্তপ্ত হৈ পৰিছে বিৰোধী । অমিত শ্বাহে সদনত বিধেয়কখন উত্থাপন কৰাৰ পাচতেই এই বিধেয়কক সংখ্যালঘু বিৰোধী আখ্যা দিয়ে কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন…

হৰ্নবিল উৎসৱৰ সামৰণী অনুষ্ঠানত এ আৰ ৰেহমান

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ চলিত মাহৰ ১ তাৰিখৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ কিছামাত অনুষ্ঠিত হৈছে হৰ্নবিল উৎসৱ । এইবাৰ হৰ্নবিল উৎসৱৰ মূল কনচেপ আছিল- "সংস্কৃতি সংযোগ"। লগতে নগাসকলৰ লোককৃষ্টিৰ নৃত্য-গীত, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে চলিত…

উত্থাপন হ’ল ‘কেব’ : অসমত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ ৰাজ্যজুৰি আন্দোলন আৰু প্ৰতিবাদ অব্যাহত থকাৰ মাজতে সোমবাৰে লোকসভাত উত্থাপন হয় নাগৰিকত্ব সংশোধনী বিধেয়ক । কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পাচতেই আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰে বিতৰ্কিত বিধেয়কখন ।…

জনজাতীয় খাদ্যৰ আছে সুকীয়া বৈশিষ্ট্যঃ কথাশিল্পী হোমেন বৰগোহাঞি

নিয়মীয়া বার্তা, ৯ ডিচেম্বৰঃ জনজাতীয় খাদ্যৰ এটা সুকীয়া বৈশিষ্ট্য আছে৷ জনজাতীয় সংস্কৃতিক লৈ সভ্যতা সৃষ্টি হৈছে৷ অসমত কেবাটাও আন্দোলন হৈছে৷ তাৰ ভিতৰত হৈছে খাদ্য আন্দোলন৷ এই আন্দোলন সৃষ্টি কৰিছে অতুল লহকৰে৷ এই মন্তব্য বিশিষ্ট কথাশিল্পী হোমেন…

মুজাফফৰনগৰত মহিলাক এচিড আক্রমণ : ত্ৰিপুৰাত জ্বলালে ১৭ বছৰীয়া তৰুণীক

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ হায়দৰাবাদ আৰু উন্নাওৰ ধর্ষিতাক জীৱন্তে জ্বলোৱা ঘটনাক লৈ দেশজুৰি উত্তাল পৰিস্থিতি অব্যাহত থকাৰ সময়তে উত্তৰ প্রদেশৰ মুজফফৰনগৰত দেওবাৰে পুনৰ সংঘটিত হৈছে শিহৰণকাৰী ঘটনা ৷ মুজফফৰনগৰত এগৰাকী ৩০ বছৰীয়া মহিলাই চাৰি…

এনবিএফৰ নতুন অধ্যক্ষ নিৰ্বাচিত অৰ্ণৱ গোস্বামী

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ দেশৰ ২৫খন ৰাজ্যৰ আৰু ১৪টা ভাষাৰ ব্রডকাষ্টাৰক প্রতিনিধিত্ব কৰা ৭৮টাৰো অধিক নিউজ চেনেলৰে গঠিত ‘নিউজ ব্রডকাষ্টাৰ ফেডাৰেচন’ (এন বি এফ)ৰ প্রথম বৈঠক অলপতে অনুষ্ঠিত হৈ যায়৷ নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকখনত ‘নিউজ…

ইৰাকত প্রতিবাদকাৰীৰ ওপৰত বন্দুকধাৰীৰ নির্বিচাৰ গুলীত নিহত ২৫

নিয়মীয়া বাৰ্তা,৯ ডিচেম্বৰঃ প্রতিবাদ, সংঘর্ষত উত্তাল ইৰাকৰ ৰাজধানী বাগদাদত এজন বন্দুকধাৰীৰ গুলীত কমপক্ষেও ২৫জন লোক নিহত হোৱাৰ উপৰি অন্য ১৩০জন গুৰুতৰভাৱে আহত হৈছে ৷ শনিবাৰে সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা ৷ ৰাজধানী বাগদাদৰ প্রাণকেন্দ্র হিচাপে…

কাৰাগাৰত গো–পালনে বন্দীৰ অপৰাধপ্রৱণতা হ্রাস কৰেঃ ভাগৱত

নিয়মীয়া বাৰ্তা,৯ ডিচেম্বৰঃ কাৰাগাৰবোৰত গো–শালা মুকলিৰ ধাৰণাক সমর্থন জনাইছে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে ৷ শনিবাৰে ভাগৱতে মহাৰাষ্ট্রৰ পুনেত এক কার্যসূচীত অংশগ্রহণ কৰি কয় যে কাৰাগাৰত গো পালনৰ জৰিয়তে বন্দীসকলৰ অপৰাধপ্রৱণতা হ্রাস কৰাটো সম্ভৱ…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ নিজৰ বিচাৰ–বুদ্ধিক কামত লগাওঁতে দুবাৰ চিন্তা কৰাটো উচিত বুলি ধৰক৷ দাম্পত্যত জটিলতা কম৷ সন্তানৰ ভৱিষ্যৎ সম্পর্কে বিশেষ গুৰুতৰ নহ’লেও চিন্তা থাকিব৷ ৰঙা শুভ ৰং, ২ শুভ সংখ্যা৷ বৃষঃ যোৱা দিনৰ তুলনাত আজি ফৰকাল৷ ঘৰুৱা পৰিৱেশ আপোনাৰ অনুকূল৷…

উন্নাও

সমগ্র দেশ কঁপাই যোৱা নির্ভয়া কাণ্ডৰ আৰু কেইটামান দিনৰ পাছতে ৭ বছৰ পূর্ণ হ’ব৷ ২০১২ চনৰ ১৬ ডিচেম্বৰত দক্ষিণ দিল্লীৰ মুর্নিকাৰ চলন্ত বাছৰ ভিতৰতে সংঘটিত এই জঘন্য ঘটনাৰ বিৰুদ্ধে প্রতিবাদমুখৰ হৈ পৰিছিল সর্বস্তৰৰ জনতা৷ প্রত্যেকেই বিচাৰিছিল– একবিংশ…