কোষ্ঠকাঠিন্যৰ সমস্যা
কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা হাত সাৰিবলৈ পোনতে আমি নিজে গ্রহণ কৰি থকা খাদ্যৰ প্রতি বিশেষ নজৰ দিব লাগে৷ যিহেতু আঁহযুক্ত খাদ্যৰ অভাৱে শৌচ বন্ধ কৰে৷ সেয়ে আমাৰ খাদ্যত নিয়মীয়া আৰু উচিত মাত্রাত ফল–মূল, শাক–পাচলি আদি থকা নিতান্তই প্রয়োজন৷ আঁহ বুলিলে…