নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৩.৫ বছৰত ৬৫২৮ ধর্ষণ কাণ্ড

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ বর্তমানৰ চৰকাৰৰ দিনত ২০১৬ চনৰ জুন মাহৰ পৰা যোৱা অক্টোবৰ মাহলৈ ৰাজ্যখনত মুঠ ২৩জন লোকক ডাইনীৰ সন্দেহত হত্যা কৰা হৈছে৷ ইয়াৰে ১২জন পুৰুষ আৰু ১১গৰাকী মহিলা ৷ বিধায়ক নন্দিতা দাসৰ এক লিখিত প্রশ্ণৰ উত্তৰত গৃহ বিভাগৰ হৈ…

যান বাহন আইন উলংঘা কৰিলে জৰিমনা ভৰিলে ১০লাখ টকা

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ যান বাহন সংশোধিত নিয়মৰ অধীনত দেশৰ ভিতৰত সৰ্বাধিক ভৰিলে সৰ্বাধিক জৰিমনা। জৰিমনা ১০ লাখ টকা। ঘটনাটো সংঘটিত হৈছে গুজৰাটত। দৰাচলতে গুজৰাটৰ আহমেদাবাদৰ সিন্ধুবন ৰোডত যান বাহন আৰক্ষীয়ে নিয়মফাফিক তালাচী চলাই আছিল। সেই…

ঝাৰখণ্ডৰ প্ৰথমটো পৰ্য্যায়ৰ নিৰ্বাচন শেষ ৫৪ শতাংশ ভোটদান সম্পন্ন

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ ঝাৰখণ্ড বিধানসভা প্ৰথম পৰ্য্যায় নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া শেষ হৈছে। প্ৰথম পৰ্য্যায়ত মুঠ ৩৭,৮৩,০৫৫ জন ভোটাৰে ১৮৯ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত ৫৪ শতাংশ ভোটদান সম্পন্ন হৈছে। প্ৰথম…

চলিত বৰ্ষত টেষ্টত সৰ্বাধিক ৰাণ স্কৰাৰ ৱাৰ্ণাৰ

নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ অপেনিঙ বেটছমেন ডেভিদ ৱাৰ্ণাৰে ত্ৰি-শতক অৰ্জন কৰি কেইবাটাও অভিলেখ ভংগ কৰিছে। ডেভিদে পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয় খন টেষ্টত ৩৩৫ ৰাণৰ ইংনিছ…

হেলমেট পিন্ধি বিক্ৰী কৰিব লগা হৈছে পিয়াঁজ , পিচে ক’ত ?

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ পিয়াঁজৰ মূল্যবৃদ্ধিক লৈ এতিয়া দেশৰ জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ লগতে পিয়াঁজক লৈ শাসক-বিৰোধীৰ মাজত চলি আছে তীব্ৰ বাক-বিতণ্ডা । এনে সময়তে শনিবাৰে বিহাৰৰ এক দৃশ্যই এতিয়া দেশজুৰি লাভ কৰিছে চৰ্চা । প্ৰতি…

আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কুলধৰ শইকীয়াৰ

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে । ২০১৮ চনৰ ১ মে'ৰ পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিবাহ কৰা কুলধৰ শইকীয়াৰ ৩১ আগষ্টত অৱসৰৰ কথা আছিল যদিও ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা…

কৰ্কট ৰোগে মাৰাত্মক ৰূপ লোৱা এখন গাঁও

নিয়মীয়া বাৰ্তা, ৩০ নবেম্বৰঃ এইখন অসমৰে এখন গাঁও। গাঁওখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ্কট ৰোগে। গাঁওখনত কৰ্কটৰোগত মৃত্যু হৈছে প্ৰায় ১৫০জন লোক। বৰ্তমানো বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা। দৰং জিলাৰ পাতিদৰং নামৰ গাঁওখনত ভয়াৱহ ৰূপ ধাৰণ কৰিছে…

আপোনাৰ দিনটো

মেষ : আর্থিক ক্ষেত্রত উন্নত পৰিৱেশ ৷ আপুনি দিনৰ ১২ বজাৰ পিছতহে যাত্রা কৰিব ৷ যাত্রাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব ৷ দাম্পত্যত শুভ৷ শুভ সংখ্যা ৫ ৷ বৃষ : কর্মক্ষেত্রত জটিলতা আছে ৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব ৷ নীলা ৰং আপোনাৰ বা…

৯ উইকেটত জয়লাভ ৱেষ্ট ইণ্ডিজৰ

 নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ আফগানিস্তানৰ বিৰুদ্ধে একমাত্র টেষ্টত প্রত্যাশিত বিজয় সাব্যস্ত কৰিছে ৱেষ্ট ইণ্ডিজে ৷ লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একনা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মেচখনৰ  তৃতীয় দিনা ৱেষ্ট ইণ্ডিজে আফগানিস্তানক ৯ উইকেটত…

বনভোজলৈ ওলাইছে নেকি… তেন্তে ৰ’ব!

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ বনভোজৰ বতৰত পৰিবেশ যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিশেষ গাইড লাইন প্ৰস্তুত কৰিছে। বহু বনভোজকাৰী দলেসমূহে পৰিৱেশৰ প্ৰদূষিত কৰা পৰিক্ষিত হয়। সেয়ে চৰকাৰে পৰিবেশ সুৰক্ষিত ৰাখিবলৈ আৰু স্বচ্ছতাৰ…