নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

নিউজডেস্ক, ১ ডিচেম্বৰঃ দেওবাৰে পুৱাৰ ভাগত জম্মু-কাশ্মীৰৰ চাপোৰ অঞ্চলৰ দলৰী বনাঞ্চলত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয় । উল্লেখ্য যে ৩২ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু চিআৰপিএফৰ বিশেষ অপাৰেছন গ্রুপৰ যৌথ অভিযানত উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ…

দুষ্টচক্ৰৰ ষড়যন্ত্ৰঃ GU ৰ ৱেবচাইটত প’ৰ্ণ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ এইবাৰ দুষ্টচক্ৰৰ ভয়ংকৰ ষড়যন্ত্ৰৰ বলি হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইট । দেওবাৰে পুৱাৰ পৰা দুপৰীয়া পৰ্যন্ত বিশ্ববিদ্যালয়খনৰ ৱেবচাইটত ক্লিক কৰিলে তথ্যৰ পৰিৱৰ্তে পোনপটীয়াকৈ ইয়াত প্ৰত্যক্ষ কৰা যায় জাপানীজ…

তামুলপুৰত বন্যহস্তীয়ে ভাঙিলে ২৫ পৰিয়ালৰ ঘৰ

নিয়মীয়া বাৰ্তা,১ ডিচেম্বৰঃ বাগ্সা জিলাৰ তামুলপুৰ মহকুমাৰ কাউলিত শুকুৰবাৰে নিশা বনৰীয়া হাতীৰ এটি বৃহৎ জাকে ২৫টা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে ৷ নিশা ১০ বজাত বনৰীয়া হাতীৰ জাকটোৱে লণ্ডভণ্ড কৰি থৈ যায় নাৰায়ণপুৰ গাঁৱৰ অৱনী সিংহ, গোপাল বর্মন, গজেন…

মৰাভৰলীপাৰত ৩০ ফুটলৈ খননঃ তেজপুৰত অবৈধ খননেৰে শিল–বালিৰ বেহা

নিয়মীয়া বাৰ্তা,১ ডিচেম্বৰঃ বন বিভাগৰ প্রত্যক্ষ সহযোগত কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি তেজপুৰত একাংশ অসাধু লোকে চলাই আহিছে ৰমৰমীয়া ব্যৱসায়৷ ধৰিত্রীৰ বক্ষ বিদাৰি ভূগর্ভৰ ২০–৩০ ফুট দকৈ খান্দি দিনে–নিশাই শিল, বালি ডলিয়াই মুকলি বেহা চলাই থকাৰ পিছতো…

ভূমিহীনক ভূমি দিয়াৰ পৰিমাণ হ্ৰাসঃ ৰাজ্যত ৩,২২,৫৫৭ টা ভূমিহীন পৰিয়াল

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ অসম চৰকাৰৰ নতুন ভূমি নীতিত পূৰ্বতে একোজন ভূমিহীন পৰিয়ালক যি পৰিমাণৰ ভূমি চৰকাৰীভাৱে দিয়াৰ ব্যৱস্থা আছিল সেয়া হ্ৰাস কৰা হৈছে । শনিবাৰে বিধানসভাৰ মজিয়াত এই তথ্য দিয়ে ৰাজ্যিক ৰাজহ মন্ত্ৰী ভৱেশ কলিতাই । বিৰোধী দলপতি…

ডেভিছ কাপত পাকিস্তানক ৪-০ ত হৰুৱালে ভাৰতে

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ ভাৰতে ডেভিছ কাপৰ ২০২০ ৰ কোৱালিফায়াৰত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে । কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত ডেভিছ কাপ কোৱালিফায়িং মেচখনত চিৰপ্ৰতিদ্বন্দী পাকিস্তানক ৪-০ ত শোচনীয়াভাৱে পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ…

এনআইএত ৭৯ পদ খালী

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা দপ্তৰৰ অধীনস্থ নেচনেল ইনভেষ্টিগেচন এজেঞ্চী চমুকৈ এনআইএত খালী হৈছে ৭৯সংখ্যক পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় প্রশাসনিক বিষয়াই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ খালী পদসমূহৰ ভিতৰত…

ছেইলত ১৪৮ পদত মকৰল

ষ্টীল অথ’ৰিটী অৱ ইণ্ডিয়া লিমিটেড চমুকৈ ছেইলত খালী হৈছে এগজিকিউটিভ আৰু নন–এগজিকিউটিভৰ মুঠ ১৪৮ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি নতুন দিল্লীস্থিত ছেইলৰ মানৱ সম্পদ বিষয়াই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি…

বায়ুসেনাত ২৪৯ পদত নিযুক্তিৰ জাননী

ভাৰতীয় বায়ুসেনাত ২৪৯ পদত প্রার্থী নিয়োগৰ প্রস্তুতি চলিছে৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বায়ুসেনাৰ নিযুক্তি বিভাগৰ বিষয়াই এক নিয়োগ বিজ্ঞাপন ৰাষ্ট্রীয় সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া…

প্রাকৃতিক ভাষা প্রক্রিয়াকৰণ

প্রাকৃতিক ভাষা প্রক্রিয়াকৰণ(Natural Language Processing) বা NLP’ হৈছে কম্পিউটাৰ বিজ্ঞান, কৃত্রিম বুদ্ধিমত্তা আৰু গণনীয় ভাষাতত্ত্বৰ এক ক্ষেত্র, যি মানুহৰ ভাষা আৰু কম্পিউটাৰৰ পৰস্পৰৰ সম্পর্কৰ দ্বাৰা গঠিত৷ প্রাকৃতিক ভাষা প্রক্রিয়াকৰণৰ ইতিহাস…