নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়া যুথ গেমছৰ ল’গ’-মেছকট-জাৰ্ছী-থীম ছং মুকলি

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ গুৱাহাটীত অহা জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া তৃতীয় বাৰ্ষিক খেলো ইণ্ডিয়া যুথ গেমছৰ ল'গ'-মেছকট-জাৰ্ছী-থীম ছং শনিবাৰে মুকলি কৰা হয় । সৰুসজাই এথলেটিক ষ্টেডিয়ামৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত আয়োজিত এখ আটকধুনীয়া…

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অসমীয়াৰ সম্ভাব্য প্রশ্নোত্তৰ

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ অতি চমু উত্তৰ দিয়া– ১৷ ড০ কুলেন্দু পাঠকৰ জন্মস্থান ক’ত? উত্তৰঃ ড০ কুলেন্দু পাঠকৰ জন্মস্থান নগৰবেৰাত৷ ২৷ ড০ কুলেন্দু পাঠকে কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল? উত্তৰঃ ড০ কুলেন্দু পাঠকে…

চীনৰ ছুপাৰ ভিলেজ হুয়াক্সি : যাৰ প্রতিগৰাকী গাঁওবাসী কোটিপতি

ছুপাৰ ভিলেজ ৷ অর্থাৎ বিশেষত্বৰে ভৰা গাঁও এখন৷ গাঁওখনৰ নামৰ আগত যিহেতু ‘ছুপাৰ’ শব্দটো ব্যৱহাৰ হৈছে, গতিকে নিশ্চয় এই গ্রাম স্বকীয় বৈশিষ্ট্যতাৰে পৰিপূর্ণ হ’বই৷ সেয়া লাগিলে যোগাত্মকেই হওক অথবা ঋণাত্মকেই৷ গাঁও বুলি ক’লে সচৰাচৰ কেঁচা বাট–পথ,…

সামাজিক মাধ্যমৰ বিষয়ে জানো আহক

সম্প্রতি সামাজিক মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ জনমত প্রকাশৰ বাবে সামাজিক মাধ্যমে এক নতুন পথ সৃষ্টি কৰিছে৷ প্রযুক্তিবিদ্যাৰ আৱিষ্কাৰৰ ফলত ইণ্টাৰনেটৰ জৰিয়তে ভিন্নজনে ভিন্ন মাধ্যমেৰে ভিন্ন তথ্য লাভ কৰাৰ উপৰি পৃথিৱীৰ ভিন্ন ঠাইৰ ভিন্ন…

পানী খোৱাৰ নিয়ম

• শৰীৰৰ মুঠ ওজনৰ প্রায় দুই–তৃতীয়াংশ অর্থাৎ ৬০ শতাংশ পানী৷ ইয়াৰে মাত্র দুই শতাংশ কমিলেই ডিহাইড্রেচন হ’ব পাৰে৷ • মুখ, নাক, গলৰ ভিতৰ অংশ, হাঁওফাঁও, শ্বাসতন্ত্র, পাচন প্রণালী, মগজু, হূদপিণ্ড, গাঁঠি, মাংসপেশী, ৰক্ত, লেলাউটিৰ লগতে পাচন ক্রিয়াত…

মূলা

অসমত সহজলভ্য আৰু প্রচুৰভাৱে পোৱা এবিধ পাচলি হৈছে মূলা ৷ প্রকৃততে এইবিধ পাচলি শীতকালীনহে৷ কিন্তু বর্তমানৰ আধুনিক প্রযুক্তি প্রয়োগেৰে বছৰৰ সকলো সময়তে কৰিব পৰাৰ উপায় ওলোৱাত বজাৰত ইয়াক যিকোনো সময়তে পাব পৰা হৈছে৷ সেয়ে হ’লেও অৱশ্যে শীতকালৰ মূলাৰ…

শীতকালত হ’ব পৰা এবিধ ৰোগ

ৰেনোড্ছ ৰোগ (Raynaud’s Disease) শীতৰ আগমনৰ লগে লগে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে৷ তাৰ ভিতৰত অন্যতম হৈছে ৰেনোড্ছ ৰোগ নামৰ এবিধ ৰোগ৷ ই এবিধ ৰক্তবাহী নলিকাৰ ৰোগ৷ মহিলাসকল এই ৰোগত বেছিকৈ আক্রান্ত হোৱা দেখা যায়৷ ঘৰৰ যাৱতীয় কামবোৰ…

জিএমচিৰ ব্যর্থতাঃ স্বচ্ছতাত দেশৰ ভিতৰত গুৱাহাটীৰ স্থান ৩০৩ নম্বৰত

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ মহানগৰীৰ সামগ্রিক উন্নয়নৰ দায়িত্বত থকা গুৱাহাটী পৌৰ নিগমে আবণ্টিত পুঁজি ব্যৱহাৰত ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত কৰিছে ৷ কেগৰ প্রতিবেদনৰ পাতে পাতে গুৱাহাটী পৌৰ নিগমত সংঘটিত হোৱা দুর্নীতি, ব্যর্থতা তথ্যসহকাৰে…

আঠ বছৰৰ অন্তত চিৰিয়াখানাৰ সদস্য হ’ল জিৰাফ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ  দেশী–বিদেশী পর্যটক আৰু দর্শনার্থীৰ বাবে সু–খবৰ ৷ সুদীর্ঘ আঠ বছৰৰ অন্তত ৰাজ্যিক চিৰিয়াখানাৰ আলহী হ’ল এটা জিৰাফ ৷ এনিমেল এক্সচেঞ্জ প্র’গেমৰ জৰিয়তে কেন্দ্রীয় চিৰিয়াখানা কর্তৃপক্ষৰ অনুমোদনত জিৰাফটো পাটনা চিৰিয়াখানাৰ…

নুমলীগড়ৰ শংকৰ বৰুৱা সেতুত বৃহৎ ফাট

নিয়মীয়া বার্তা, ১ ডিচেম্বৰঃ গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ অন্তর্গত নুমলীগডৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ধনশিৰি নদীৰ ওপৰৰ ‘বিপ্লৱী বীৰ শংকৰ বৰুৱা সেঁতু’ত পৰিলক্ষিত হৈছে বৃহৎ ফাট ৷ উজনি–নামনি যোগাযোগ প্রধান মাধ্যমৰূপে পৰিচিতস্থল পথটোৰ এই…