গেছ চেম্বাৰত ৰখাতকৈ হত্যা কৰক দিল্লীৰ জনতাক
নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে পথাৰৰ নৰা জ্বলোৱা কাৰ্য ৰোধ কৰাত ব্যৰ্থ হোৱাৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানা চৰকাৰক তীব্ৰ ককৰ্থনা কৰে । আনহাতে , দিল্লী-এন চি আৰৰ বায়ুৰ মান উন্নত কৰিব নোৱৰা বাবে…