নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰত গুৱাহাটীত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে-নৰেন্দ্ৰ মোদীৰ বৈঠক

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহক বিশ্ব মানচিত্ৰত তুলি ধৰাৰ লক্ষ্যৰে অহা ডিচেম্বৰ মাহৰ মাজভাগত গুৱাহাটীত অনুষ্ঠিত হ'ব ইণ্ডো-জাপানিজ বাৰ্ষিক শীৰ্ষ সন্মিলন । এই সন্মিলনক লৈয়ে এতিয়া নতুন দিল্লীৰ লগতে ব্যস্ততা বাঢ়িছে…

এটা গছপুলিৰ মূল্য ৪ লাখ টকা !

নিয়মীয়া বাৰ্তা,২৬ নৱেম্বৰঃ এটা গছপুলিৰ মূল্য কিমান হ'ব পাৰে ? আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে । কিন্তু এইখন অসমতে এটা গছপুলিৰ মূল্য হৈছে ৪ লাখ টকা । শুনি আচৰিত নহ'ব, আচৰিত যেন লাগিলেও বিশ্বনাথ জিলাৰ চত্ৰং গাঁও পঞ্চায়তৰ বাবেই এতিয়া এটা…

কি হ’ব এন আৰ চিৰ?

উচ্চতম ন্যায়ালয়ৰ তদাৰকত যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ চূড়ান্ত খচৰাখনক লৈ ৰাজ্যৰ দল-সংগঠনসমূহ দ্বি-বিভক্ত হৈ থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে  ৰাজ্যসভাৰ  মজিয়াত ২০ নবেম্ৱৰত  ঘোষণা কৰিছে যে দেশজুৰি…

যুদ্ধত আহত সেনাৰ বৃদ্ধি এবছৰলৈ চৰকাৰী আবাস

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনি সেনা বাহিনীৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ মঞ্জুৰি দিয়ে। এতিয়া যুদ্ধ ক্ষেত্ৰত আহত হোৱা সৈনিক সকলে চৰকাৰী আবাসৰ সুবিধা এবছৰলৈ বৃদ্ধি কৰিছে। উল্লেখ্য যে ইয়াৰ আগতে এই সুবিধা…

‘এয়াৰপ’ৰ্ট চিটি’ত আৰম্ভ হোৱা প্ৰেম আৰু ৩৭ হাজাৰ ফুট উচ্চতাত বিবাহ

নিউজ ডেস্ক,২৬ নৱেম্বৰঃ প্ৰেম । আপোনাৰ বাৰু কেনেকৈ প্ৰেম হৈছে ? কোনোবা পাৰ্ক , ৰেষ্টোৰা অথবা নৈসৰ্গিক পৰিৱেশৰ মাজতেই হয়তো আপুনি সপোন দেখিছে প্ৰেমৰ । আপুনি ভাবিছেনে কেনেকৈ বন্ধুত্বৰ পৰা আৰম্ভ কৰিছিল প্ৰেম ? কলেজ-বিশ্ববিদ্যালয় অথবা কৰ্মস্থলীত…

আহি আছে ১০৮ মেগাপিক্সেল কেমেৰা সংযুক্ত স্মাৰ্ট ফোন

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ ছেমছাঙ স্মাৰ্ট ফোন ব্যৱসাৰকাৰী সকললৈ সুখবৰ। ছেমছাঙে গেলেক্সী এছ ১১+ স্মাৰ্টফোনটো Geekbench ত অন্তৰ্ভুক্ত কৰিছে। লগতে জানিব পৰা মতে এই স্মাৰ্ট ফোনটোত লেজাৰ অটোফক্সাছ ৰ সৈতে সংযুক্ত কৰা হ'ব। ৫ জি নেটৰ্ৱক পৰিচালনা…

মাৰ্চত ক্ৰিকেটলৈ উভতিব ধোনী

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ বিগত বিশ্বকাপতে অন্তিমবাৰৰ বাবে খেলপথাৰত নমা টীম ইণ্ডিয়াৰ তাৰকা মহেন্দ্ৰ সিং ধোনীয়ে অহা বৰ্ষৰ মাৰ্চত ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাব । বাংলাদেশ ক্ৰিকেট ব'ৰ্ডে অৱশিষ্ট বিশ্ব একাদশ আৰু এছিয়া একাদশৰ মাজত আয়োজন কৰা দুখন…

বিজেপি বিৰোধী মিত্ৰজোঁটেই গঠন কৰিব চৰকাৰঃ নবাব মালিক

নিয়মীয়া বাৰ্তা,২৬ নৱেম্বৰঃ মঙলবাৰে মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ত এতিয়া উৎফুল্লিত বিজেপি বিৰোধী শিবিৰ । ন্যায়ালয়ৰ এই ৰায়ৰ পিচতেই সংবাদমাধ্যমক সম্বোধন কৰে এনচিপি নেতা নবাব মালিকে । উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক দেশৰ গণতন্ত্ৰৰ এক মাইলষ্ট'ন…

বুধবাৰে মহাৰাষ্ট্ৰত আস্থাভোটঃ মুকলিকৈ সম্প্ৰচাৰ হ’ব ভোটদান

নিয়মীয়া বাৰ্তা,২৬ নৱেম্বৰঃ কাইলৈ অৰ্থাৎ বুধবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ আস্থাভোটৰ নিৰ্দেশ দিলে মহামান্য উচ্চতম ন্যায়ালয়ৰ ৩ জনীয়া বিচাৰপীঠে । ন্যায়ালয়ে এই সন্দৰ্ভত জানিবলৈ দিয়ে যে, আস্থাভোটৰ ক্ষেত্ৰত নাথাকিব কোনো গোপনীয়তা লগতে ব্যৱহাৰ নহ'ব বেলট…

২৬/১১ মুম্বাই আক্ৰমণৰ এঘাৰটা বছৰ সম্পূৰ্ণ

নিউজডেস্ক, ২৬ নৱেম্বৰঃ ২০০৮ চনৰ ২৬ নৱেম্বৰ । আজিৰ এই দিনটোতে মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণত ৩০০ জন লোক আহত হোৱাৰ উপৰিও প্ৰাণ হেৰুৱাইছিল প্ৰায় ১৬৬ জন লোকে । যাৰ বাবে এই ক'লা দিনটো আজিও পাহৰিব পৰা নাই সমগ্ৰ ভাৰতবাসীয়ে। উল্লেখ্য যে নাৱেৰে অহা…