নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ এনআৰচি হ’লে ক’টলৈ যাব কংগ্রেছ

নিয়মীয়া বার্তা, দক্ষিণ শালমাৰা, ২৫ নৱেম্বৰঃ বিজেপি চৰকাৰে এক দেশ, এক নীতি, এক ভাষা আৰু এক ধর্মৰ পৰিকল্পনা কৰি কেব আৰু নতুনকৈ এন আৰ চি উন্নীতকৰণৰ প্রচেষ্টা হাতত লৈছে বুলি দক্ষিণ শালমাৰাৰ কংগ্রেছী বিধায়ক তথা প্রাক্তন মন্ত্রী হাজী ৱাজেদ আলী…

গায়ন–বায়নৰ ধ্বনিৰে মুখৰ ঐতিহাসিক মালৌপথাৰ

মালৌপথাৰৰ পৰা প্রদীপ বৰা, ৰঞ্জিত ভূঞা, ২৪ নৱেম্বৰঃ যোৰহাটৰ ঐতিহাসিক মালৌপথাৰতেই মায়ামৰা সমাজৰ ঐক্য, সাহস আৰু সংহতিৰ প্রতীক বৰভেটি৷ আৱহমান কালৰে পৰা আঘোণ মাহৰ প্রথম দেওবাৰে আয়োজিত হৈ আহিছে ন লগোৱা উৎসৱ৷ শদিয়াৰ পৰা ধুবুৰীলৈ সিঁচৰতি হৈ থকা…

ইউটিচি গঠন হ’লে বহি নাথাকোঁঃ শৰণীয়া

নিয়মীয়া বার্তা, গোৰেশ্বৰ, ২৫ নৱেম্বৰঃ বিএচি, বিটিচি জোৰ–জুলুমকৈ জাপি দিয়া হৈছিল৷ বিপিএফৰ স্বজন, তোষণ, দুর্নীতি, বিভাজনৰ ৰাজনীতি বন্ধ কৰিব লাগিব৷ ইউটিচি গঠন হ’লে আমি বহি নাথাকোঁ৷ –এই মন্তব্য কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ৷ আগন্তুক বিটিচি…

ক্ৰমাগত ৭ খন টেষ্টত জয়েৰে ধোনীক অতিক্ৰম কোহলীৰ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ক্ৰমাগত ৭ খন টেষ্ট মেচত জয সাব্যস্ত কৰা ভাৰতৰ প্ৰথমগৰাকী অধিনায়ক হিচাপে অভিলেখ ৰচিছে বিৰাট কোহলীয়ে। কলকাতাৰ ইডেন গাৰ্ডেনত দেওবাৰে সামৰণি পৰা ঐতিহাসিক দিবা-নৈশ টেষ্টত বাংলাদেশক এক ইনিংছ আৰু ৪৬ ৰানৰ ব্যৱধানত পৰাস্ত…

ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল গোৱালপাৰাঃ গ্ৰেপ্তাৰ ৩ ISIS সদস্য

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ভয়ংকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল অসম । ৰাসৰ সময়ত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল ISIS এ । গোৱালাপাৰত তিনি ISIS সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ । এই ISIS সদস্যকেইজনে ৰাস মহোৎসৱত IED বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল, তাৰ পিছতেই…

পশ্চিমবংগত বিজেপি প্ৰাৰ্থীক আক্ৰমণঃ অভিযোগৰ আঙুলি তৃণমূললৈ

নিয়মীয়া বাৰ্তা , ২৫ নৱেম্বৰঃ পশ্চিমবংগত তিনিটা বিধানসভা সমষ্টিত উপনিৰ্বাচন চলি থকাৰ মাজতে সংঘটিত হ'ল এক অপ্ৰীতিকৰ পৰিস্থিতি । কৰিমপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়প্ৰকাশ মজুমদাৰক ৰাস্তাৰ কাষত এদল উদণ্ড মানুহে চৰ-কিল, গোৰ-ঘোচা আদিৰে আক্ৰমণ কৰাৰ…

ফিল্মফেয়াৰ এৱাৰ্ডৰ টিকটৰ ৫০ শতাংশ ধন যাব অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ অসমত পোনপ্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠান হোৱাৰ প্ৰাকক্ষণত সোমবাৰে গুৱাহাটীৰ তাজ ভিভাণ্টাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অসম চৰকাৰ আৰু টাইমছ অৱ ইণ্ডিয়াৰ মাজত এক চুক্তি স্বাক্ষৰিত হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ…

সাৰদা কাণ্ডঃ ৰাজীৱ কুমাৰৰ জামিন বাতিলৰ শুনানি স্থগিত

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ সাৰদা কাণ্ডৰ সৈতে নাম সাঙুৰ খাই পৰা কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ জামিন বাতিলৰ আবেদন স্থগিত কৰিছে উচ্চতম ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ৰ পৰা জনোৱা অনুসৰি ২৯ নৱেম্বৰ পৰ্যন্ত বাতিল কৰা হৈছে এই শুনানি ।…

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ বাংলাদেশক দ্বিতীয় টেষ্টত ইনিংছৰ ব্যৱধানত বিধ্বস্ত কৰি ভাৰতে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে। বাংলাদেশৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা হস্তগত কৰা টীম ইণ্ডিয়াৰ পইণ্টৰ…

মহাৰাষ্ট্ৰ বিধানসভাঃ মঙলবাৰে ৰায়দান দিব উচ্চতম ন্যায়ালয়ে

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ মহাৰাষ্ট্ৰত বিজেপিয়ে চৰকাৰ গঠনৰ পাচতে এতিয়া দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । চাৰ্জিকেল ষ্ট্ৰাইকৰ ভংগীত বিজেপিয়ে চৰকাৰ গঠন কৰিছে বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰে শিৱসেনা-কংগ্ৰেছ আৰু এনচিপি মিত্ৰজোঁটে ।…