পলকতে আজিৰ দিনটো
আজি সোমবাৰ
অসমীয়া তাৰিখ অনুসৰি ১ আঘোণ, ১৯৪১ শক
ইংৰাজী তাৰিখ অনুসৰি ১৮ নৱেম্বৰ, ২০১৯ চন
স্থলসেনা দিৱস
১৯৭২ চনত গায়ক জুবিন গাৰ্গৰ জন্ম
১৯০১ চনত চলচিত্ৰ নিৰ্মাতা ভি শান্তাৰামৰ জন্ম
বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু ৰূপে স্বীকৃতি প্ৰদান…