১ কিলো প্লাষ্টিকৰ বিনিময়ত লাভ কৰক ১ কিলো চাউল
নিউজ ডেস্ক,১৮ নৱেম্বৰঃ দেশত এককালীন ব্যৱহাৰযোগ্য প্লাষ্টিকক লৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ পাচতে এজন উপায়ুক্তৰ এক বিশেষ পদক্ষেপে দেশজুৰি সৃষ্টি কৰিছে আলোড়ণ ।
তেলেংগানা ৰাজ্যৰ মুলুগো জিলাৰ উপায়ুক্ত চি নাৰায়ণ ৰেড্ডীয়ে এইবাৰ প্লাষ্টিক…