নিয়মীয়া বার্তা, ১৭ জানুৱাৰীঃ আমচৈ চাহ বাগিচাত থকা ঐতিহ্যমণ্ডিত দুর্গা মন্দিৰ নির্মাণৰ সাহায্যার্থে বাগিচাখনৰ খেলপথাৰত নাটক মঞ্চস্থ কৰিবলৈ অহা থিয়েটাৰ বীণাপাণিৰ অস্থায়ী পেণ্ডেলৰ ভিতৰত অকলশৰীয়াকৈ বিচৰণ কৰি ফুৰা বনৰীয়া হাতী এটাই নিশা পেণ্ডেলৰ চাৰিওদিশত দিয়া টিনপাতৰ বেৰ ভাঙি পেণ্ডেলৰ ভিতৰত প্রৱেশ কৰে। অৱশ্যে হাতীটোৱে থিয়েটাৰৰ অস্থায়ী পেণ্ডেলৰ টিনৰ ক্ষতিসাধন কৰে যদিও অন্য কোনো সামগ্ৰী ক্ষতি-সাধন কৰা নাই
Prev Post
Next Post
You might also like