নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৈজিং উৎসৱত হাতী চাফাৰী, পেৰাগ্লাইডিং, হেলিকপ্তাৰ ৰাইডিঙৰ মনোৰম ভিডিঅ’ চাওক-

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ উদুলি-মুদুলি দৈজিং । চিৰাঙত অসম পৰ্যটন বিভাগৰ উদ্যোগত বি টি চি পৰ্যটন বিভাগৰ সহযোগত চলি থকা দৈজিং উৎসৱৰ আজি পঞ্চমটো দিন ৷ আই নদীৰ পাৰত অনুষ্ঠিত দৈজিঙলৈ এইবাৰো আগমন ঘটিছে অসংখ্য দেশী-বিদেশী পৰ্যটকৰ ।

চাওক এক ভিডিঅ’ –

You might also like