নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱমীত দীঘলীগাঁও দুৰ্গাপূজাত প্ৰদৰ্শনীমূলক আৰতি প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা: ১৪ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ মহানৱমী উপলক্ষ্যে আজি শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী দীঘলীগাঁৱত ২৬ সংখ্যক দুৰ্গাপূজাত সন্ধ্যা সময়ত প্ৰদৰ্শনীমূলক আৰতি অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত ভালেসংখ্যক শিল্পীয়ে নিজৰ নিজৰ শৈলী প্ৰদৰ্শন কৰি ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰি তোলা পৰিলক্ষিত হয় । আৰতি প্ৰদৰ্শনৰ সময়ছোৱাত ঢাক, ঢোল, চেহনাই, তালৰ শব্দত দীঘলী অঞ্চলত এক আধ্যত্মিক পৰিৱেশৰ সূচনা হয় ।

You might also like