নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ মিকিৰভেটাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা: ১৩ জুন: মৰিগাঁও জিলাৰ মিকিৰভেটাৰ ওৱাবড়িত আজি উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ সাপ ৷ জানিব পৰা মতে মিকিৰভেটাৰ সমীপৱৰ্তী ওৱাবড়ি গাঁৱৰ এঘৰ মানুহৰ বাঁহনী বাৰীত স্থানীয় ব্যক্তিয়ে প্ৰতক্ষ্য কৰে অজগৰ দাল ৷ পিছত মিকিৰভেটা আৰক্ষী আৰু মৰিগাঁও বন সংমণ্ডলৰ কৰ্মীৰ ততপৰতাত উদ্ধাৰ কৰা হয় অজগৰ সাপটো ৷

অৱশ্যে বন সংমণ্ডলৰ বিষয়া কৰ্মী সকলে অজগৰটো উদ্ধাৰ কৰি সুৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ৷

 

You might also like