নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলী উপলক্ষে ‘ইণ্ডিজিনাছ’ৰ মমবাতি বিতৰণ

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ ৰাজ্যত ক’ৰোনা মহামাৰীৰ সংক্রমণ অব্যাহত থকাৰ পৰিপ্রেক্ষিতত নিৰাপদ আৰু প্রদূষণমুক্ত দীপাৱলী উদযাপন কৰিছে।

দীপাৱলীৰ লগত সংগতি ৰাখি ইণ্ডিজিনাছ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে লখিমপুৰ নগৰৰ প্ৰায় ৩০ কিলোমিটাৰ নিলগত সোৱনশিৰি নদীৰ পাৰত অৱস্থিত কাঁহিদুৱাৰ নামে গাঁৱত মমবাতি বিতৰণ কৰে। প্ৰায় ৪০ ঘৰ মানুহৰে গঠিত এই গাঁওখন আৰ্থিক ভাৱে পিছপৰা আৰু বানেবিধস্ত।

You might also like