গোৱালপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা, আহত কেইবাজনো যাত্ৰী
- গোৱালপাৰাৰ আগিয়াৰ বাবুপাৰাত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা
- গুৰুতৰভাৱে আহত হয় কেইবাজনো বাছ যাত্ৰী
- বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাছখন।
- গোৱালপাৰাৰ পৰা মানকাচৰ অভিমুখে গৈ থকা বাছ আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষ হৈ পথৰ দাঁতিত থকা পুখুৰীত বাগৰি পৰে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৪ অক্টোবৰ