অলিম্পিকলৈ যোগ্যতা অৰ্জন এম চি মেৰী কমৰ
নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ লাভলীনা বৰগোহাঁইৰ পিছতেই উত্তৰ পূৰ্বাঞলৰ বাবে আন এক সুখবৰ। টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে এম চি মেৰী কমে। জৰ্ডানত অনুষ্ঠিত হোৱা অলিম্পিক কোৱালিফায়াৰ্ছৰ মহিলাৰ ৫১ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ফিলিপাইনৰ আইৰিছ মেগন’ক পৰাস্ত কৰাৰ লগে লগেই টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে এম চি মেৰী কমে।
Mary Kom qualifies for #Olympics2020 by advancing to the semifinals of the Asian Qualifiers being held in Jordan.
? Mary Kom Will face Chang Yuan (CHN) on 11 th March #Tokyo2020.pic.twitter.com/EDTUyIWBG5
— All India Radio News (@airnewsalerts) March 9, 2020