৭ বছৰৰ অন্তত ক্ৰিকেটৰ খেলপথাৰত শ্ৰীসন্থ
নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ সকলো শ্ৰেণীৰ ক্রিকেটত নিষিদ্ধ হৈ থকা ভাৰতীয় বেগী বলাৰ শ্ৰীসন্থ পুনৰ ক্ৰিকেটৰ খেলপথাৰলৈ উভতিছে। ৭ বছৰৰ নিষেধাজ্ঞাৰ অন্তত বৃহস্পতিবাৰে নিশা কেৰালা ক্ৰিকেট এছোচিয়েছনে আয়োজন কৰা প্ৰেছিডেণ্ট কাপ টি-২০ টুৰ্নামেণ্টৰ বাবে এছ শ্রীসন্থই কোচিত প্রস্তুতি চলায়।
লগতে পঢ়কঃ অভিনয়ৰ পূৰ্বে মাটিৰ পাত্র তৈয়াৰ কৰিবলৈ শিকিলে তৈমুৰে…
সংবাদ সংস্থা এ এন আইক খেলুৱৈগৰাকীয়ে কয়, “মোক এই সুযোগ দিয়াৰ বাবে মই নির্বাচকসকলৰ ওচৰত কৃতজ্ঞ। এই সময়ৰ বাবেই মই যোৱা ৭ বছৰ ধৰি অপেক্ষা কৰি আছিলোঁ,” তেওঁ কয়।
Kerala: After a 7-year ban from cricket, bowler S. Sreesanth prepares in Kochi to play in President Cup T20 Tournament hosted by Kerala Cricket Association.
“I’m grateful to the selectors for giving me this opportunity. This is something I have waited for 7-long years,” he says. pic.twitter.com/UpZK8QNJr5
— ANI (@ANI) November 27, 2020