নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনয়ৰ পূৰ্বে মাটিৰ পাত্র তৈয়াৰ কৰিবলৈ শিকিলে তৈমুৰে…

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ধর্মশালাত চলিছে ছঈফ আলী খানৰ পৰৱর্তী ছবি ‘ভূত পুলিছ’ৰ শ্বুটিং। ছুটি কটাবলৈ পুত্ৰ তৈমুৰৰ সৈতে তাত উপস্থিত আছে মাতৃ কৰিনা।

তৈমুৰক কৰিনাই শিকাইছে মাটিৰ পাত্র তৈয়াৰৰ কাম। মাতৃৰ সৈতে হাতত হাত ধৰি সুন্দৰকৈ শিকিছে পুত্ৰ তৈমুৰেও।

মাতৃ কৰিনাই নিজৰ হাতেৰে তৈমুৰক শিকাইছে এইদৰে সৃজনশীল কাম। যাৰ পাছতে মাতৃ পুত্ৰৰ কিছু আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

You might also like