৯ বছৰৰ পিছত বক্সিংত পদক লাভ কৰিলে ভাৰতে
নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ অলিম্পিকত ৯ বছৰৰ পিছত বক্সিংত ভাৰতে পদক লাভ কৰিছে। শেষবাৰৰ বাবে ভাৰতে ২০১২ চনৰ লণ্ডন অলিম্পিকত মেৰী কমে পদক লাভ কৰিছিল। এইবাৰ টকিঅ’ অলিম্পিকত বক্সিংত পদক জিকি লাভলীনাই এই ধাৰা আগবঢ়াই নিছে।