CAAৰ শুনানিক লৈ আছুৰ প্ৰতিক্ৰিয়া
নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ এই সন্দৰ্ভত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে আছু আৰু NESUয়ে CAAখন স্থগিত আৰু বাতিল কৰিব লাগে উচ্চতম ন্যায়ালয়ত জনাইছিল। আজি শুনানিত CAAখন ৫জনীয়া সংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। ১৪৪খন আৱেদনৰ…