ৰাষ্ট্ৰজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী
তাৎক্ষণিক তিনি তালাক, জম্মু-কাশ্মীৰৰ পৰা বিশেষ সাংবিধানিক ব্যৱস্থা প্ৰত্যাহাৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত দৃঢ়তাৰে সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ দ্ৱিতীয়টো ইনিংছ আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্ৱধীন চৰকাৰখনে এইবাৰ দেশজুৰি এন আৰ…