নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

accident

গৌৰীসাগৰত পথ দুৰ্ঘটনা : কথমপি ৰক্ষা ৩০ যাত্ৰীৰ জীৱন

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰী : দেৰগাৱঁৰ শোকাবহ পথ দুৰ্ঘটনাৰ পুনৰাবৃত্তিৰ পৰা আজি কথমপি ৰক্ষা পৰে গৌৰীসাগৰত।গৌৰীসাগৰ তিনি আলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত এখন দ্ৰুতবেগী ট্ৰেভেলাৰে নিয়ন্ত্ৰণ হেৰুৱাই ঘাই পথৰ কাষত দমাই ৰখা মাটিত খুন্দা মাৰি কথমপি…

গোৱালপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা; নিহত ৬ জনৰো অধিক

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ মঙলবাৰে পুৱতি নিশা গোৱালপাৰাৰ ধূপধৰাৰ কোঠাকুঠিত  সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা । এই দুৰ্ঘটনাত ছজনৰো অধিক যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে কোবাগৰাকী যাত্ৰী আহত হয় । বাছখনৰ অৱস্থালৈ চাই হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ…

পৰীক্ষা দিবলৈ গৈ উভতি নাহিল মৌচুমী

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ মঙলবাৰে মহানগৰীৰ সমীপৰ ধোপগুৰিৰ কৰাইগুৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হ'ল এগৰাকী ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰী। নিহত ছাত্ৰীগৰাকীৰ নাম মৌচুমী বিশ্বাস । পৰীক্ষা দিবলৈ…

ডিগৱৈত ভয়াবহ পথ দুৰ্ঘটনা নিহত ৫

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ দেওবাৰে মাজনিশা ডিগৱৈৰ পাৱৈৰ ৩৮ নং ঘাইপথত ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত ঘটনাস্থলীত ৪ জন লোক নিহত হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ নিয়াৰ পথত এজন লোকৰ মৃত্যু হয়। উল্লেখ্য যে তিনিচুকীয়া মাৰ্ঘেৰিটা অভিমুখী…

ৰাজস্থানত বাছ- ট্ৰাকৰ মুখামুখী সংঘৰ্ষ

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ ৰাজস্থানত শোকাৱহ পথ দুৰ্ঘটনা। সোমবাৰে পুৱা বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষত ১০ জন লোক নিহত হোৱাৰ উপৰিও ২২ জন গুৰুত্বভাৱে আহত হয়। বিকানেৰ জিলাৰ শ্ৰী দুৰ্গাগড় সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষী সূত্ৰত…