১২ ডিচেম্বৰৰ পৰা অসমত ভৰি থোৱা নাই এজনো দেশী-বিদেশী পৰ্যটকে
নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে অসমৰ পৰ্যটন খণ্ডত বিৰূপ প্ৰভাৱ পেলোৱাৰ তথ্য দাঙি ধৰিলে দিল্লীত ট্যুৰ কনছালটেণ্টে ।
শনিবাৰে এখন সংবাদমেলত প্ৰকাশ কৰা এক উদ্বেগজনক তথ্য মতে, যোৱা ১২ ডিচেম্বৰৰ পৰা দেশ–বিদেশৰ…