অসমত চাকৰিত নিয়োগৰ ক্ষেত্ৰত বয়সৰ উচ্চ সীমা ৪০ বছৰলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১৫ আগষ্টঃ "আমাৰ দুৰ্নীতি বিৰোধী পদক্ষেপে জনসাধাৰণ আৰু প্ৰশাসনৰ মাজত আস্থা আৰু বিশ্বাসৰ সাঁকো অধিক শক্তিশালী কৰিছে। ৰাজ্য চৰকাৰে সম্পূৰ্ণ স্বচ্ছ আৰু মেধাৰ ভিত্তিত ২০১৬-১৭ বৰ্ষৰপৰা ৩৮,০০০ যুৱক-যুৱতীক চৰকাৰী চাকৰিত স্থায়ী…