চতুর্থ পর্যায়ৰ লকডাউনঃ ১০০ শতাংশই খোলা থাকিব দোকান ব্যৱসায়িক প্রতিষ্ঠান
নিয়মীয়া বাৰ্তা, ১৮ মেঃ কেন্দ্রীয় চৰকাৰে ৩১ মে’লৈ লকডাউন বৃদ্ধি কৰি নতুন নিয়মাৱলী প্রকাশ কৰাৰ পিছতে অসমৰ ক্ষেত্রতো কেতবোৰ নতুন নীতি–নির্দেশনা জাৰি কৰা হৈছে৷ দেওবাৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি…