নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

CM Sarbananda Sonowal

ৰাজ্যৰ উদীয়মান খেলুৱৈলৈ নতুন আঁচনি; এহেজাৰ খেলুৱৈয়ে পাব ৫০ হাজাৰকৈ সাহায্য

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ৰাজ্যৰ ক্রীড়াৰ সামগ্রিক উন্নয়নত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে৷ ইয়াৰ অংশস্বৰূপে নতুন প্রজন্মৰ প্রতিভাৱান খেলুৱৈসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে শেহতীয়াকৈ ঘোষণা…

অসম সাহিত্য সভাসহ ২২ জনগোষ্ঠীয় সাহিত্য সভাক ৭৫ কোটি

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৌৰোহিত্যত মঙলবাৰে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত অসম সাহিত্য সভা, বড়ো সাহিত্য সভাকে ধৰি মুঠ ২২টা জনগোষ্ঠীয় সাহিত্য সভাৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ বছৰৰ অন্তিমটো দিনত…

অসমবাসীলৈ ৰাজ্যপাল–মুখ্যমন্ত্রীৰ নৱবর্ষৰ শুভেচ্ছা

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ ইংৰাজী নৱবর্ষ–২০২০ উপলক্ষে অসমবাসী ৰাইজলৈ ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক উভেচ্ছা বার্তাত ৰাজ্যপাল মুখীয়ে জনসাধাৰণক পৰস্পৰৰ সৈতে সার্বজনীন নেতৃত্ববোধৰ সম্পর্ক গঢ়ি ৰাষ্ট্রৰ উন্নয়নত…

ছাগত পদকজয়ী ৬ খেলুৱৈক মুখ্যমন্ত্রীৰ ক্রীড়া বঁটা

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ  ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত পদক জয়েৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা ৬গৰাকী খেলুৱৈক দেওবাৰে ৰাজ্য চৰকাৰে ৰাজ্যিক ক্রীড়া বঁটা প্রদান কৰে৷ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ…

লক্ষ্য ২০২১ ৰ বিধানসভা নিৰ্বাচনঃ ছ’চিয়েল মিডিয়াৰে বিজেপিয়ে চলাব ব্যাপক প্রচাৰ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ৰাজ্যজুৰি কা বিৰোধী আন্দোলনৰ মাজতে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলে শাসকীয় মিত্ৰজোঁট নেতৃতাধীন বিজেপিয়ে ।  সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰে আই টি চেলৰ এখন…

নলবাৰীত আজি মহাসমৰঃ ‘কা’ৰ সমৰ্থনত মৌন সমদল-বিৰোধিতাৰে ‘বজ্রনিনাদ’

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ দাবীত ৰাজ্যৰ সর্বত্র বিক্ষোভ–প্রতিবাদ অব্যাহত থকাৰ মাজতে আজি নলবাৰীত দেখা গৈছে দুই বিপৰীত ছবি ৷ এফালে ‘কা’ৰ বিৰুদ্ধে প্রতিবাদী জনতা আৰু আনফালে ‘কা’ৰ সপক্ষে থকা ৰজাঘৰীয়াৰ কার্যসূচী…

মুখ্যমন্ত্ৰীৰ জৰুৰী নিৰ্দেশঃ ছমাহত ৫৬ হাজাৰ খালী পদত নিযুক্তি

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ৰাজ্য চৰকাৰে শীঘ্ৰে শিক্ষককে ধৰি বিভিন্ন বিভাগত খালী হৈ থকা ৫৬ হাজাৰ বিভিন্ন পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব । সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক…

সাম্প্ৰতিক পৰিস্থিতিক লৈ শীঘ্রে প্রধানমন্ত্রী–গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব বিজেপিৰ মন্ত্ৰী-সাংসদ-বিধায়কৰ…

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ শনিবাৰে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ মন্ত্ৰী-সাংসদ-বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ …

অসমবাসীক শান্তি–সম্প্রীতি অক্ষুণ্ণ ৰখাৰ আহ্বান মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ অসমবাসীক শান্তি–সম্প্রীতি অক্ষুণ্ণ ৰাখি গুৰুজনাই প্রতিষ্ঠা কৰা সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক পৰম্পৰা তথা মূল্যবোধ জীয়াই ৰখাৰ আহ্বান জনাইছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৷ বৃহস্পতিবাৰে এক গোহাৰিত…

মুখ্যমন্ত্রীয়ে মুকলি কৰিলে বন বিভাগৰ এণ্টি ডিপ্রেচন স্কোৱাড

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ৰাজ্যখনৰ বিভিন্ন প্রান্তত সংঘটিত হৈ থকা মানুহ আৰু বন্যপ্রাণীৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মানুহ আৰু বন্যপ্রাণী সংঘাতপ্রৱণ ১৫ খন জিলাৰ বাবে ১৫ টা এণ্টি…