বটদ্ৰৱাত উপস্থিত হৈ ‘বটদ্রৱা প্রকল্প’ৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ শৰ্মাই
নিয়মীয়া বাৰ্তা, ২৯ মেঃ নির্বাচনত জয়লাভ কৰি মুখ্যমন্ত্রী ৰূপে শপত গ্রহণৰ পিছত প্রথমবাৰৰ বাবে গুৰুজনাৰ জন্মস্থান বটদ্রৱাত আজি উপস্থিত হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷
বটদ্রৱা থানত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই বটদ্রৱা থানৰ বৃহৎ…