বানপানী প্রতিৰোধত উদাৰভাৱে সহায় কৰি আহিছে কেন্দ্রই
নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ভয়াৱহ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধ কৰাৰ বাবে দিন–ৰাতি একাকাৰ কৰি ব্যস্ত হৈ থকা ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বান পৰিস্থিতিৰ বুজ লয়৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত ৰাষ্ট্রীয় উদ্যানখনৰ…