সামাজিক সংক্ৰমণৰ ১০-১২ টা ঘটনা পালেই সেই অঞ্চলত দিয়া হ’ব লকডাউন
নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ "সামাজিক সংক্ৰমণৰ ১০-১২ টা ঘটনা পালেই সেই অঞ্চলত দিয়া হ'ব লকডাউন । ইতিমধ্যে সকলো জিলাৰ জিলা উপায়ুক্তসকলক দিয়া হৈছে নিৰ্দেশনা ।"- শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০…