দেওবাৰৰ মাজনিশাৰ পৰা গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে লকডাউন
নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ৰাজ্যত দ্রুতগতিত বৃদ্ধি পোৱা ক’ৰোনা সংক্রমণক লৈ জটিল হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি৷ বিশেষকৈ ভয়াৱহভাৱে ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিৰ ফলত গুৱাহাটী মহানগৰী সামাজিক সংক্রমণৰ দিশে গতি কৰাৰ আশংকাক লৈ স্বাস্থ্য বিভাগৰ লগতে…