ক’ৰোনা পজিটিভ কন্যাৰ সৈতে চিকিৎসালয়ত একেলগে থকাৰ পাছতো মাতৃ আক্ৰান্ত নহ’ল ক’ৰোনাত, কিয় ?
নিয়মীয়া বাৰ্তা, ২৫ মেঃ যিসময়ত সমগ্ৰ বিশ্ব ক’ৰোনাৰ আতংকৰ গ্ৰাসত, সেই সময়তে মুম্বাইত অপেন হাৰ্ট ছাৰ্জাৰী কৰি আহি পুনৰ ক’ৰোনাৰ দৰে মহামাৰীক সাহসেৰে জয় কৰিবলৈ সক্ষম হ’ল ১৩ বছৰীয়া চম্পা ।
মুম্বাইৰ এছআৰচিচি হাস্পতালত অপেন হাৰ্ট ছাৰ্জাৰী কৰিছিল…