নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

১৫ দিনলৈ নিৰাপদ নহয় অসমঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৫ মেঃ ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ সংখ্যা দ্রুত বৃদ্ধিক লৈ উদ্বিগ্ণ হৈ পৰিছে ৰাজ্যবাসী৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ মাজৰ পৰাই নিতৌ আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই স্বাভাৱিকতে চিন্তিত কৰি তুলিছে স্বাস্থ্য…

কেনে আছে ডেইজী ? ‘নিয়মীয়া বার্তা’ৰে হোৱা টেলিফোনিক বার্তালাপত ক’লে স্বাস্থ্যৰ পৰা কোৱাৰেণ্টাইন…

নিয়মীয়া বাৰ্তা, ২১ মেঃ মুম্বাইৰ হিন্দুজা হাস্পতালত কর্মৰত অৱস্থাতে গুৱাহাটীৰ চানমাৰিৰ ডেইজী শইকীয়া নামৰ যুৱতীগৰাকী মাৰাত্মক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত সঠিক চিকিৎসা লাভ নকৰা খবৰে জোকাৰি গৈছিল অসমবাসীকো৷ মুম্বাইৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত…

এই মাহটো অসমৰ বাবে কঠিন আৰু প্রত্যাহ্বানৰ মাহঃ স্বাস্থ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ২১ মেঃ বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত উদ্বেগজনকভাৱে ক’ভিড–১৯ আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে এইবাৰ অসামৰিক বিমান পৰিবহণ মন্ত্রালয় আৰু ৰে’লৱে কর্তৃপক্ষই নিয়মিত ৰূপত বিমান আৰু ৰে’লৰ চলাচল আৰম্ভ…

দুঃসময়: ৰাজ্যত ঊর্ধ্বমুখী ক’ৰোনা সংক্রমণৰ গ্রাফ

নিয়মীয়া বাৰ্তা, ২১ মেঃ ৰাজ্যখনত ক’ভিড–১৯ৰ সংক্রমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল উভতি অহাৰ পিছৰে পৰাই অসমত প্রতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা৷ কালিৰ দিনটোত ৰাজ্যখনত সর্বাধিক এটি দুমহীয়া…

ৰে’লমন্ত্রীৰ ঘোষণাঃ ১ জুনৰ পৰা দৈনিক চলিব ২০০ খন সাধাৰণ ৰে’ল

নিয়মীয়া বাৰ্তা, ২০ মেঃ  দেশত পুনৰ আৰম্ভ হ’ব দৈনিক ৰে’লসেৱা৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে ঘোষণা লকডাউনৰ ফলত বন্ধ হৈ পৰা ৰে’লসেৱা অহা ১ জুনৰ পৰা পুনৰ নিয়মীয়া হ’ব৷ মঙলবাৰে এক টুইটযোগে এই কথা সদৰী কৰিছে কেন্দ্রীয় ৰে’লমন্ত্রী পীয়ূষ…

দুঃসময়ৰ দামামাঃ অসমত একেদিনাই ৪২ পজিটিভ

নিয়মীয়া বাৰ্তা, ২০ মেঃ ৰাজ্যত ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ভিড–১৯এ৷ মঙলবাৰৰ দিনটোতে ৰাজ্যখনত এটি দুমহীয়া শিশুসহ ৪২ জনকৈ লোক ক’ভিড–১৯ত আক্রান্ত হয়৷ এটা দিনতেই ইমান বৃহৎসংখ্যক লোকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাত স্বাভাৱিকতেই ৰাইজৰ মাজত তীব্র আতংক…

আত্মনির্ভৰশীলতাৰে অসমৰ বিকাশৰ লক্ষ্য

নিয়মীয়া বাৰ্তা, ১৯ মে’:  ক’ভিড–১৯ক কেন্দ্র কৰি দেশত উদ্ভৱ হোৱা পৰিস্থিতিৰ জোৰা মৰাৰ লগতে দেশখনক আর্থিকভাৱে শক্তিশালী কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘আত্মনির্ভৰশীল ভাৰত’ নামৰ ২০ লাখ কোটি টকাৰ এক আর্থিক পেকেজ ঘোষণা কৰে৷ মোদীৰ সেই…

একাংশ সংবাদ মাধ্যমক স্বাস্থ্যমন্ত্রীৰ আহ্বানঃ কৰযোৰে কৈছোঁ চিকিৎসক–নার্ছৰ মনোবল হ্রাস কৰা কাম নকৰিব

নিয়মীয়া বাৰ্তা, ১৮ মেঃ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগে অহর্নিশে ক’ৰোনাৰ বিৰুদ্ধে অবিৰত যুদ্ধ চলাই থকাৰ সময়তে একাংশ প্রচাৰ মাধ্যমে চিকিৎসক–নার্ছৰ ভূমিকাক লৈ প্রশ্ন উত্থাপন, সমালোচনা কৰা কার্যত গভীৰ উদ্বেগ…

আজিৰে পৰা দেশত ৩১ মে’লৈ লকডাউন ৪.০

নিয়মীয়া বাৰ্তা, ১৮ মেঃ পুনৰ ২ সপ্তাহৰ বাবে বৃদ্ধি কৰা হ’ল লকডাউন৷ দেওবাৰে মাজনিশাৰ পৰাই দেশব্যাপী বলৱৎ হ’ব চতুর্থ পর্যায়ৰ লকডাউন ৪.০৷ ৩১ মে’লৈ বাহাল থাকিবলগীয়া লকডাউনত চর্তসাপেক্ষ শিথিলতা প্রদান কৰা হয়৷ মহামাৰী ক’ভিড–১৯ৰ বাবে চলি থকা লকডাউন…

চতুর্থ পর্যায়ৰ লকডাউনঃ ১০০ শতাংশই খোলা থাকিব দোকান ব্যৱসায়িক প্রতিষ্ঠান

নিয়মীয়া বাৰ্তা, ১৮ মেঃ  কেন্দ্রীয় চৰকাৰে ৩১ মে’লৈ লকডাউন বৃদ্ধি কৰি নতুন নিয়মাৱলী প্রকাশ কৰাৰ পিছতে অসমৰ ক্ষেত্রতো কেতবোৰ নতুন নীতি–নির্দেশনা জাৰি কৰা হৈছে৷ দেওবাৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি…