নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ শুকুৰবাৰে নিশা পুনৰ ৰাজ্যত নতুনকৈ ৩ জনৰ দেহত COVID-19 পজিটিভ পোৱা যায় । যাৰ পাছতে ৰাজ্যত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পাইছে । ইপিনে নতুনকৈ আক্ৰান্ত লোককেইজনৰ ভিতৰত ২ জন আক্ৰান্ত লোক দিল্লীৰ নিজামুদ্দিন…

নিশা ক’ভিড-১৯ ৰোগীৰ স্বাস্থ্যৰ বুজ ল’বলৈ MMCH ত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব…

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ শুকুৰবাৰে নতুনকৈ ক'ভিড-১৯ আক্ৰান্ত হোৱা ৪ জনকৈ লোকৰ স্বাস্থ্যৰ বুজ ল'বলৈ নিশা মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত উপস্থিত হ'ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । লগতে এই ক'ভিড-১৯ আক্ৰান্ত ৰোগীকেইজনৰ…

সাৱধানঃ ছ’চিয়েল মিডিয়া যোগে উৰা বাতৰি প্ৰচাৰ কৰা সকলক অসম আৰক্ষীৰ সকীয়নি

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ক'ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা ২১ দিনীয়া লকডাউনৰ সময়ছোৱাত বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ হৈ আহিছে । এই ভুৱা বাতৰিসমূহক লৈ আৰক্ষী-প্ৰশাসনে বাৰম্বাৰ সকীয়নি দি আহিছে যদিও বৰ্তমানো একাংশ…

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংস্থাপন হ’ব ৬২ খন ICU বেডঃ স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ক'ৰোনাৰ বিৰুদ্ধে তৎপৰতাৰে যুঁজ অব্যাহত ৰাখিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । তাৰ মাজতে শুকুৰবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ নিয়মীয়া কাম-কাজৰ পৰ্যালোচনা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰোপৰি সতীৰ্থ…

তবলিগী জামাতত অংশ লোৱা সদস্যৰ পৰিয়ালক সৰুসজাইত কোৱাৰেণ্টাইন

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ অসমৰ পৰা গৈ দিল্লীৰ তবলিগী জামাতত অংশ লোৱা লোকসকলৰ পৰিয়ালবৰ্গক বৃহস্পতিবাৰে নিশা জৰুৰীকালীন ভাৱে কোৱাৰেন্টাইন কৰা হয় । ইয়াৰে নিজামুদ্দিনৰ জামাতৰ পৰা অহা মৰিগাঁৱৰ চাৰিজন আৰু নলবাৰীৰ এজনৰ সংস্পৰ্শলৈ অহা মুঠ ৭৫ জনকৈ…

GMCH ত বহাগ বিহুৰ পূৰ্বে ICU বেডৰ সংখ্যা বৃদ্ধি হৈ ২০০ খন হ’বঃ স্বাস্থ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ৰাজ্যত ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ১৬ গৰাকীলৈ বৃদ্ধি পোৱাৰ পাছতে আজি বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । এই সংবাদমেলত…

কোনো কাৰণতে শিথিল কৰা নহয় লকডাউনঃ হিমন্ত বিশ্ব শৰ্মা 

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ অসম চৰকাৰে ১ এপ্ৰিলৰ পৰা লকডাউন শিথিল কৰা বুলি একাংশ সংবাদমাধ্যমত প্ৰচাৰিত হৈ থকা বাতৰি সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত…

দিল্লীৰ ধৰ্মীয় অনুষ্ঠানৰ পৰা ঘূৰি অহা লোকক শীঘ্ৰে স্থানীয় চিকিৎসালয়লৈ যাবলৈ আহ্বান ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি কোনো লোক যদি অসমলৈ উভতি আহিছে, তেন্তে তেওঁলোকক শীঘ্ৰে স্থানীয় চিকিৎসালয়লৈ যাবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই। উল্লেখ্য যে দিল্লীৰ নিজামুদ্দিন…

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত মন্ত্ৰী মণ্ডলৰ বৈঠক; ল’লে এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত-

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃসোমবাৰে সন্ধিয়া জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰী মণ্ডলৰ বৈঠকত ৰাজ্যৰ ৭২ লাখ পৰিয়াললৈ বিশেষ পেকেজৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে বিশেষ পেকেজ । যাৰ…

পৰৱৰ্তী শীত হ’ব অসমৰ বাবে প্ৰত্যাহ্বানঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ  অসমত এই পৰ্যন্ত এজনো লোক ক'ৰোনাত আক্ৰান্ত হোৱা নাই যদিও ৰাজ্যৰ স্বাস্থ্য বিভাগে লৈছে যুদ্ধকালীন তৎপৰতা । ইয়াৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰে লৈছে বহুকেইটা সিদ্ধান্ত । ব্যক্তিগত সংবাদ মাধ্যমত হোৱা এক সাক্ষাৎকাৰত ৰাজ্যৰ…