নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

পৰেশ বৰুৱাৰ চর্তক গুৰুত্ব চৰকাৰৰ; ৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰে আলোচনা কৰিব সোণোৱাল-ড০…

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত এইবাৰ আলোচনাৰ মেজলৈ অহাৰ ইংগিত দিছে আলফা(স্বাধীন) ই । বিদ্ৰোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সাৰ্বভৌমত্তৰ চৰ্তত আলোচনাৰ বাবে এশ শতাংশই…

কংগ্ৰেছে আজি ‘কা’ ‘কা’ কৈ চিঞৰি আছে, কিন্তু শাসনকালত কিয় মাৰ কথা এবাৰো…

নিয়মীয়া বাৰ্তা ২৪ জানুৱাৰীঃ "যেতিয়া কাৰ আন্দোলন হ'ল তেতিয়া কোৱা হ'ল বাগিচাৰ মাটিত কোনোবা বিদেশী মানুহ আহিব ! কোৱা হ'ল চৰকাৰী খালী মাটিত বিদেশী নাগৰিক আহিব ! কিন্তু আমি আপোনালোকৰ আগত ৰৈ আজি স্পষ্ট কৰি কৈছো- যেতিয়ালৈকে বিজেপিৰ মিত্ৰজোঁটৰ…

সফলতাৰে আজি ১২ বছৰ সম্পূৰ্ণ কৰিলে নিউজ লাইভে

নিয়মীয়া বার্তা,২১ জানুৱাৰীঃ উপজা মাটিৰ পৰশেৰে উজ্জীৱিত অসমৰ প্ৰথমটো চেটেলাইট চেনেল নিউজ লাইভে বিগত এটা দশক পাৰ কৰি আজি গৌৰৱোজ্জল ১২ বছৰ সম্পূৰ্ণ কৰিলে । ২০০৮ বৰ্ষৰ ২১ জানুৱাৰীত উত্তৰ-পূব ভাৰতৰ দ্বিতীয়টো চেটেলাইট চেনেল ৰূপে ভূমিষ্ঠ হোৱা…

ছয়গাঁৱৰ কর্কট আক্রান্ত দুই কণমানি ভগ্নীৰ চিকিৎসাৰ দায়িত্ব ল’লে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব…

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ছয়গাঁৱৰ কর্কট ৰোগত আক্রান্ত দুই কিশোৰী ভগ্নীৰ সম্পূর্ণ চিকিৎসাৰ দায়িত্ব গ্রহণ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে কামৰূপ জিলাৰ ছয়গাঁৱৰ ভৱানীপুৰ গাঁৱৰ নাজিয়া বিবিৰ দুগৰাকী কন্যা শিশুৱেই…

পশ্চিমবংগত ১ কোটি, অসমত ৫ লাখে পাব নাগৰিকত্ব; কি কি থাকিব বিশেষ চৰ্ত ?

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (কা)ৰ বিধি প্রণয়নৰ কাম আৰম্ভ কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ বৃহস্পতিবাৰে এই বিধি প্রস্তুত সম্পর্কীয় এক বৈঠকত অসম চৰকাৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ ৰাজ্যৰ বিত্ত,…

কাইলৈ ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচন; পুনৰ দায়িত্বভাৰ ল’ব নেকি ৰঞ্জিত দাসে ?

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ দ্বিতীয়টো কার্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ৰূপে নির্বাচিত হোৱাৰ দিশে আগবাঢ়িছে ৰঞ্জিত কুমাৰ দাস৷ ইতিমধ্যে কেন্দ্রীয় নেতৃত্বই ৰঞ্জিত কুমাৰ দাসক পুনৰ দায়িত্ব প্রদানৰ স্পষ্ট ইংগিত দিয়াৰ পিছত ১৮ জানুৱাৰীত…

লিউকেমিয়াত আক্রান্ত সাগৰে ঘূৰাই পালে নতুন জীৱন-দৃষ্টি

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ এটি কণমানি শিশু । নাম সাগৰ দৰ্জী । পখিলা খেদা বয়সতে দুৰ্ভগীয়া এই কণমানি শিশুটি আক্ৰান্ত হয় এক জটিল ৰোগত । বয়স তেতিয়া ৪ বছৰ । একিউট মায়েলয়ড লিউকেমিয়াত আক্ৰান্ত শিশুটিৰ দুয়োটা চকু সাংঘাতিক ধৰণে ফুলি উঠাৰ লগতে তেজ…

পুনৰ কংগ্রেছৰে মিত্রতাৰ দুৱাৰ মুকলি বদৰুদ্দিন আজমলৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ নির্বাচন আহিলেই কংগ্রেছৰে মিত্রতা কৰাৰ বাবে উত্রাৱল হৈ পৰে বদৰুদ্দিন আজমল৷ অসম বিধানসভাৰ নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে আজমলৰ মুখত পুনৰ উচ্চাৰিত হৈছে কংগ্রেছৰে মিত্রতা কৰাৰ প্রসংগ৷ শনিবাৰে গুৱাহাটীত আয়োজিত…

ৰাজ্য চৰকাৰে দিব্যাংগসকলৰ বাবে ঘোষণা কৰিলে বিশেষ আঁচনি…

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ৰাজ্যৰ দিব্যাংগসকলৰ বাবে নৱবর্ষৰ প্রাক্ক্ষণতে ৰাজ্য চৰকাৰে গ্রহণ কৰিছে এক বিশেষ আঁচনি৷ এই আঁচনিৰ কথা ঘোষণা কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়া মতে, যদি কোনো দিব্যাংগ কর্মচাৰীয়ে ঋণ লৈ যান–বাহন ক্রয়…

দীপিকা পাডুকন সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ জেএনইউ কাণ্ডৰ পাচতে জেএনইউত মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন উপস্থিত হোৱাৰ পাচতে দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । ৰাজনৈতিক মহলত চৰ্চিত হৈ থকা দীপিকা সন্দৰ্ভত বৃহস্পতিবাৰে নিজৰ মন্তব্য প্ৰদান কৰে । ফিল্মষ্টাৰ সকলে…