নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকত বিভাগটোৰ বিভিন্ন কাম-কাজৰ এক বিস্তৃত পৰ্যালোচনা কৰে৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে অসম মাধ্যমিক স্বাস্থ্যসেৱা…

ৰাজ্য চৰকাৰৰ গ্ৰুপ A, গ্ৰুপ B পদৰ বাবে সংযুক্ত পৰীক্ষা পাতিব APSCয়ে

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ কেবিনেট বৈঠকে ৰাজ্যখনত নিযুক্তিৰ ক্ষেত্রত এক ব্যাপক সংস্কাৰ সাধনৰ ব্যৱস্থা কৰিলে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত দেওবাৰে অনুষ্ঠিত কেবিনেট বৈঠকে এতিয়াৰে পৰা একে সময়তে ৰাজ্য চৰকাৰৰ…

অৰুণাচলৰ ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ আজি অৰুণাচল প্ৰদেশৰ সোণালী জয়ন্তী বৰ্ষৰ লগতে ৩৬সংখ্যক ৰাজ্যিক দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ইটানগৰত অনুষ্ঠিত হৈছে বৰ্ণাধ্য অনুষ্ঠানৰ। এই…

নৱগ্ৰহ স্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পূৰ্ণ হ’ল প্ৰয়াত বৰঠাকুৰৰ শেষকৃত্য

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ  যোৱা ১৬ ফেব্ৰুৱাৰীত মৃত্যু হোৱা বিশিষ্ট সমাজ সংগঠক, উদ্যোগপতি তথা প্ৰশাসক দীপক কুমাৰ বৰঠাকুৰৰ শেষকৃত্য আজি নৱগ্ৰহ স্মশানত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়৷ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি…

পৰিবহণ বিভাগৰ ১০ টা আধাৰ সংযুক্ত অনলাইন সেৱা আনুষ্ঠানিকভাৱে মুকলি মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ বিগত বৰ্ষত পৰিবহণ বিভাগৰ দ্বাৰা ৩টা অনলাইন আধাৰ সংযুক্ত সেৱা সফলতাৰে ৰূপায়ণ কৰাৰ পিছত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনে আৰু ১০ টা আধাৰ সংযুক্ত অনলাইন সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। গুণগত মানসম্পন্ন…

মহাৰাষ্ট্ৰৰ কৰজত শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱৰ ৰাইজৰ উদ্যোগত তথা মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজৰ সহযোগত গাঁওখনত শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক…

ফৰকাটিং ক্ৰিকেট খেলপথাৰ আৰু এ চি এ ক্ৰিকেট পেভিলিয়ন উদ্বোধন মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ ফৰকাটিঙত ফৰকাটিং ক্ৰিকেট খেলপথাৰ আৰু এ চি এ ক্ৰিকেট পেভিলিয়ন উদ্বোধন কৰে। অসম ক্ৰিকেট এছ’চিয়েচনে ফৰকাটিং স্পৰ্টছ এছ'চিয়েচনৰ খেলপথাৰত ৭৫ লাখ টকা ব্যয়েৰে…

নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰিত প্ৰকল্পৰ লগত সম্পৰ্কিত বিষয়সমূহ আলোচনা মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ নুমলীগড় শোধনাগাৰ লিমিটেডৰ সম্প্ৰসাৰ প্ৰকল্পৰ বাবে ৬০০ বিঘা ভূমি অধিগ্ৰহণ সম্পৰ্কীয় সকলো বিষয় সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি নুমলীগড়ৰ এন আৰ এল গেষ্ট হাউছত এচিএমছ, এটিটিএছএ, এনআলএল,…

তিনিচুকীয়াত মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ হিতাধিকাৰীক চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত মহিলা হিতাধিকাৰীসকলৰ মাজত ৫,০০০খন চেক বিতৰণ কৰে। আঁচনিখনৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীলৈ ২৫,০০০ টকা…

হাবুঙত এটা অতিথিশালা, এখন থলুৱা গাঁও, এটা অত্যাধুনিক প্ৰেক্ষাগৃহ আৰু এটা টাই আহোম সংগ্ৰহালয় স্থাপনৰ…

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ‘‘এক আধ্যাত্মিক পৰম্পৰাৰ উৎসৱ হ’লেও মে-ডাম-মে-ফীৰ তাৎপৰ্য অতি মহৎ৷ এই উৎসৱে আমাৰ উপৰিপুৰুষসকলৰ লগতে অগ্ৰজসকলৰ বিৰল ব্যক্তিত্বক সন্মান জনোৱাৰ সুযোগ প্ৰদান কৰে৷ জীৱন-যাত্ৰাৰ প্ৰতিটো খোজতে উপৰিপুৰুষসকলৰ আশীৰ্বাদে…